শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী
বৰাকৰ পাঁচগ্ৰাম কাগজকলৰ আৰু এজন কৰ্মচাৰীৰ মৃত্যু হৈছে।আজি দিনৰ ভাগত কাগজকলৰ সমীপলৈ গৈ হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় খলিলুৰ ৰহমান নামৰ কাছাৰ কাগজকলৰ কৰ্মীজনৰ।তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কাগজকলৰ ইউনিয়নকে ধৰি দীৰ্ঘদিনৰ পৰা বেতন বঞ্চিত কৰ্মকৰ্তাসকলে।
- Log in to post comments
- 11 views