বিলাসীপাৰত নম্বৰ প্লেট বিহীন ই ৰিক্সা জব্দ

e rickshawa

বিলাসীপাৰাৰ পৰা জহিৰুল ইচলামৰ প্ৰতিবেদন, ১৪জুন: 

ধুবুৰী জিলাৰ বিলাসীপাৰা টাউন কমিটিৰ অন্তৰ্গত বিলাসীপাৰা চহৰত নম্বৰ প্লেট বিহীন ই ৰিক্সা চলাই থকাৰ বাবে আৰক্ষীয়ে  আজি বহু কেইখন ই ৰিক্সা জব্দ কৰিছে। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰক্ষীয়ে  কি পদক্ষেপ গ্ৰহণ কৰে সেৱা সময়ে লক্ষণীয় বিষয় হ'ব।

Your Comments