বৰাকৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন, ১৪ জুন
শুক্ৰবাৰে দুপৰীয়া কৰিমগঞ্জৰ লামাজুয়াৰত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাৰ বিৱৰণী মতে, নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰুইজাৰ গাড়ী পথৰ কাষত থকা দ খাৱৈত বাগৰি পৰে।
উক্ত দুৰ্ঘটনাৰ ফলত ৬ জন যাত্ৰী আহত হৈছে। আহত কেইজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে যদিও এজনৰ অৱস্থা সংকটজনক বুলি জানিৱ পৰা গৈছে। আহত যাত্ৰীসকলৰ নাম আৰু ঠিকনা বৰ্তমানেও জানিব পৰা হোৱা নাই।
- Log in to post comments
- 96 views