কৰিমগঞ্জত বিজয় শোভাযাত্ৰাতে দুৰ্ঘটনাগ্ৰস্ত সাংসদ কৃপানাথ মাল্লাৰ বাহন

acc

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী

 

বিজেপিৰ বিজয় শোভাযাত্ৰা চলি থাকোতেই দুৰ্ঘটনাগ্ৰস্ত হ'ল কৰিমগঞ্জ লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ কৃপানাথ মাল্লাৰ বাহন।বুধবাৰে আবেলি কৰিমগঞ্জ চহৰত দুৰ্ঘটনাগ্ৰস্ত হয় মাল্লাৰ বাহন।দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে সাংসদ মাল্লা।

Your Comments