কঠুৱা ধর্ষণ গোচৰত দোষী সাব্যস্ত ‌৬, ‌তিনিজনক যাবজ্জীবন কাৰাদণ্ড

kathua

নিউজ ডেস্ক:

জম্মু-কাশ্মীৰৰ কঠুৱাত সংঘটিত আট বছৰীয়া শিশুকন্যাৰ ধর্ষণ আৰু হত্যা গোচৰত অৱশেষত ৬ জন ব্যক্তিক দোষী সাব্যস্ত কৰি পাঠানকোটিলা সত্ৰ আদালত। ধর্ষণ কৰাৰ পাছত কিশোৰী গৰাকীক নৃশংসভাবে হত্যা কৰাৰ অভিযোগত এই ৬ জন ব্যক্তিক দোষী সাব্যস্ত করা হয়। আদালতে দোষী সাব্যস্ত কৰা ব্যক্তিসকল হৈছে পঞ্চায়ত সভাপতি সঞ্জী ৰা,  দুজন বিশেষ আৰক্ষী বিষয়া ক্ৰমে দীপক খাজুৰিয়া, সুৰেন্দ্র বর্মা আৰু কনিষ্টবল আনন্দ দত্ত, হেড কনিষ্টবল তিলক ৰাআৰু প্রবেশ কুমাৰ। আদালতে সঞ্জী ৰাম আৰু দুই বিশেষ আৰক্ষী বিষয়াৰ যাবজ্জীবন কাৰাদণ্ড আৰু নগদ টকা জৰিমনা ধাৰ্য কৰে। বাকী তিনি আৰক্ষী কনিষ্টবলক আদালতে পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ আদেশ দিয়ে।

কাঠুয়া গণ ধর্ষণ মামলায দোষী সাব্যস্ত ‌৬, ‌বেকসুর খালাস সঞ্জী রামের ছেলে বিশাল

যোৱা বছৰৰ জানুৱাৰী মাহত কঠুৱাত এই পৈশাচিক দলবদ্ধ ধর্ষণ ঘটনাটো সংঘটিত হৈছিল। ৮ বছৰীয়া ছোৱালীগৰাকীক মাদক দ্ৰব্য ুৱা অপৰাধী কেইজনে দলবদ্ধ ধর্ষণ কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশব্যাপী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। একেৰাহে চাৰি দিন ধৰি  ধর্ষণ কৰাৰিছত ছোৱালীগৰাকীৰ মৃত্যু হয়। এই বৰ্বৰ কাণ্ডত এজন স্থানীয় বিজেপি নেতা পুত্ৰও জড়িত ছিল। চিবিআয়ে ১৫ পৃষ্ঠাৰ অভিযোগনামাত দোষী হিচাপে সাত জন নাম উল্লেখ কৰিছিল যদিও আদালতে ৬ জনক দোষী সাব্যস্ত কৰে। আদালতসঞ্জী ৰা পুত্ৰ বিশালক দোষমুক্ত বুলি ৰায় দিয়ে।

Your Comments