জুৰীয়াৰ পৰা উত্তম বৰা
নগাঁও জিলাৰ ৰূপহীহাটৰ উত্তৰ খাটোৱালত পত্নীৰ আক্ৰমণত নিহত হয় স্বামী।দুয়োৰে মাজৰ দীৰ্ঘদিনৰ সংঘাতৰ পৰিণতিত এই হত্যাকাণ্ডটো সংঘটিত হয়।
স্বামী হাতেম আলীৰ গুপ্তাংগত আঘাত হানি হত্যা কৰে পত্নী ৰেহেনা খাতুনে ৷ৰূপহীহাট আৰক্ষীয়ে পতিহন্তা ৰেহেনা খাতুনক আটক কৰে।
- Log in to post comments
- 14 views