ওদালগুৰি জিলা আমছুৰ ২ ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী

udalguri

ওদালগুৰিৰ প্রতিবেদক :

ওদালগুৰি উপায়ুক্ত কাৰ্যলয়ৰ চৌহদত ওদালগুৰি জিলা আমছুৰ উদ্যোগত এন আৰ চি সন্ধৰ্ভত এক ২ ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুলত সংখ্যলঘু ৰাইজক এন আৰ চিৰ দাবী আপত্তিৰ ক্ষেত্ৰত হাৰাশাস্তি কৰাৰ অভিযোগ তুলিয়েই সমগ্ৰ ৰাজ্যজুৰি আমছুৰ এই প্ৰতিবাদ।
এই সন্ধৰ্ভত সংখ্যলঘু ৰাইজক হাৰাশাস্তি নকৰিবলৈ কৰ্তৃপক্ষক সংগঠনটোৱে  আহ্বান জনাই , নহলে  ইয়াৰ অন্যথাই এক গনতান্ত্ৰিক আন্দোলৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে|

ওদালগুৰিৰ প্রতিবেদক : 

Your Comments