গোসাইগাঁৱৰ পৰা ৰফিকুল ইছলাম
দেওবাৰে সন্ধিয়া ৬ টা মান বজাত নামনি অসমৰ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ সমষ্টিত ধুমুহাৰ তাণ্ডৱ চলে।ধুমুহাই সমষ্টিটোৰ কিছু এলেকাৰ বহু আৱাসৰ ক্ষতি কৰে।লগতে বহু গছ-গছনিও উভালি পেলায়।সাপকাটা ভিছিডিছিৰ বহু দৰিদ্ৰ লোকৰ বাসভৱনৰো ক্ষতি কৰে ধুমুহাজাকে।
- Log in to post comments
- 13 views