ৰূপালী জয়ন্তী বৰ্ষ গৰকা বালিজানা আঞ্চলিক ৰঙালী বিহু আৰম্ভ

balijana

# গোৱালপাৰাৰ পৰা উৎপল ৰাভা :

 
 গোৱালপাৰা জিলাৰ বালিজানাত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ গৰকা বালিজানা আঞ্চলিক ৰঙালী বিহু সন্মিলনখনি উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি আজি  পুৱা ন' বজাত বিহুৰ পতাকা উত্তোলন কৰে বালিজানা আঞ্চলিক বিহু সন্মিলনীৰ সভাপতি  জগন্নাথ দাসে ।blz

দহ বজাত শ্বহীদ তৰ্পণ কাৰ্যকৰী ৰূপায়ণ কৰে সভাপতি চৈতন্য দাসে । দিনৰ এঘাৰ বজাত বাৰেবৰণীয়া সংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ  আগিয়া সমষ্টিৰ সদস্য সুচিত্ৰা নাথে ।blz3

 কাইলৈ নিশা ন' বজাত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্ক্ তিক সন্ধিয়া উদ্ধোধন কৰিব দুধনৈ সমষ্টিৰ বিধায়ক দীপক ৰাভাই । সাংস্ক্ তিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হ'ব  জনপ্ৰিয় কণ্ঠশিল্পী  বাবুৰ গীতৰ শৰাই ।

Your Comments