শিলচৰৰ পৰা বিক্ৰম দাস
'ফানী'ৰ প্ৰভাৱত বৰাক উপত্যকাৰ প্ৰধান চহৰ শিলচৰত শনিবাৰে দিনটো ধৰি যথেষ্ট বৃষ্টিপাত হয়।ইয়াৰ ফলত জনতাৰ দৈনন্দিন জীৱনযাত্ৰা প্ৰভাৱিত হয়।আনহাতে,যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা তিনিখন বিমানৰ যাত্ৰা বাতিল কৰা হয়।
- Log in to post comments
- 6 views