হঠাতে কেনেকৈ এখন বিশাল বিমান  পৰিলগৈ নৈত ?

biman

নিউজ ডেস্ক:

ৰাখে হৰি মাৰে কোনে ? ইয়াৰ পুনৰ প্ৰমাণ পোৱা গ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰত।দেশখনৰ ফ্ল'ৰিডাৰ নেভেল এয়াৰ ষ্টেচন জেকছনভিলেৰ ৰাণৱেৰ পৰা শনিবাৰে এখন 'ব'য়িং ৭৩৭' উৰা মাৰিব লওঁতেই পিচলি পৰিলগৈ কাষৰীয়া ছেণ্ট জোনছ নৈত।


কিন্তু সৌভাগ্যৰ কথা এয়ে যে দুৰ্ঘটনাটোত কোনো যাত্ৰীৰে প্ৰাণ হানি নহ'ল।উদ্ধাৰকাৰী দল ততালিকে আহি ক্ষীপ্ৰতাৰে নৈৰ পৰা উদ্ধাৰ কৰিলে ১৪০ গৰাকী বিমানযাত্ৰীক।

Your Comments