জাবৰপূৰ্ণ চহৰত পৰিণত শিলচৰ:বিধায়ক,পৌৰসভাৰ অধ্যক্ষৰ ভূমিকাত ৰাইজৰ ক্ষোভ

jabor

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী

 

আৱর্জনাৰ চহৰত পৰিণত হৈছে শিলচৰ।চহৰখন পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত উপযুক্ত ভূমিকা পালন নকৰাৰ বাবে স্থানীয় বিধায়ক দিলীপ পালৰ বিৰুদ্ধে ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।


চহৰখন পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত শিলচৰ পৌৰসভাৰ অধ্যক্ষ এন ঠাকুৰো ব্যৰ্থ হৈছে বুলি সচেতন মহলে উল্লেখ কৰিছে।তেওঁৰ ভূমিকাক ৰহস্যজনক আখ্যা দিছে 


শিলচৰৰ সচেতন নাগৰিকে।
নাগৰিক সমাজে প্ৰশ্ন কৰিছে এয়াই নেকি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ স্বচ্ছ ভাৰত অভিযান?

Your Comments