কাছাৰ আৰক্ষীৰ জালত মহিলা ড্রাগছ সৰবৰাহকাৰী 

kasar

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী :

মঙলবাৰে সন্ধিয়া কাছাৰ আৰক্ষী আৰু চিআৰপিএফ জোৱানৰ এটা দলে লক্ষীপুৰৰ পৰা ১১০ গ্রাম ড্রাগছসহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়।ধৃত ড্রাগছ সৰবৰাহকাৰী মহিলাগৰাকী হৈছে লক্ষীপুৰৰ ৰীনা বেগম।
ইফালে, স্থানীয় ৰাইজে আৰক্ষীৰ  ভূমিকাতো সন্দেহ প্ৰকাশ কৰিছে।


ৰাইজে অভিযোগ কৰিছে যে আৰক্ষীৰ নৰম মনোভাৱৰ সুযোগ লৈ ড্রাগছ মাফিয়াৰ কৰিডোৰত পৰিণত হৈ পৰিছে বৰাক উপত্যকা।

Your Comments