নামৰূপৰ পৰা সমীৰণ বৰুৱা
নামৰূপৰ শৰ্মা তিনিআলি হনুমান মন্দিৰত বিগত ১১ বছৰে হনুমান জয়ন্তী পালন কৰি অহা হৈছে।এইবাৰ হনুমান জয়ন্তী পালন উপলক্ষে শুকুৰবাৰে এক বিশাল শোভাযাত্ৰা উলিওৱা হয়।
এই শোভাযাত্ৰাত বহু ভক্তপ্ৰাণ লোকে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত নামৰূপ আঞ্চলিক বজৰং দলেও অংশগ্ৰহণ কৰে।
- Log in to post comments
- 13 views