গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
আজি পুৱা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত প্ৰতিবাদমুখৰ হ'ল গোলাঘাট জিলা কৰ্মচাৰী পৰিষদ। গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি নিজৰ স্থিতি স্পষ্ট কৰিলে শতাধিক কৰ্মচাৰীয়ে। কোনো কাৰণতে বিধেয়ক মানি নোলোৱাৰ হুংকাৰ দিয়ে কৰ্মচাৰীসকলে।
- Log in to post comments
- 20 views