নামৰূপৰ পৰা সমিৰণ বৰুৱা
কালি নতুন বছৰটো আদৰিবলৈ জনসাধাৰণ আনন্দত মতলীয়া হৈ থকাৰ সময়তেই নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই মানস জ্যোতি চাংমাইৰ নেতৃত্বত এন আৰ চিৰ আপত্তি দাখিল কৰাৰ শেষৰ দিনটোত ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰাতি এপৰলৈকে ব্যস্ত হৈ থাকে৷
এন আৰ চিৰ ওজৰ-আপত্তি দাখিল কৰা প্ৰক্ৰিয়া নিখুঁটভাৱে চলাই নিয়াত আছুৰ সদস্যসকলে অৰিহণা আগবঢ়োৱাৰ বাবে প্ৰয়াসৰত হয়৷ জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ দাঙি ধৰি আছুৰ সদস্যসকলে গ্ৰহণ কৰা উক্ত পদক্ষেপ প্ৰশংসনীয় বিবেচিত হয়৷
- Log in to post comments
- 55 views