নগাঁৱত বন বিভাগৰ অভিযানত জব্দ ট্ৰাক-টাটা মোবাইল

নগাঁৱত বন বিভাগৰ অভিযানত জব্দ ট্ৰাক-টাটা মোবাইল

নগাঁৱৰ কঠীয়াতলিত বন বিভাগৰ অভিযান। অভিযানত অবৈধভাৱে কঢ়িয়াই অনা এখন বালিভৰ্তি ট্ৰাক আৰু এখন শিলভৰ্তি টাটা মোবাইল জব্দ। চালানবিহীন বালিৰ ট্ৰাকখন কামপুৰৰ পৰা আৰু শিলভৰ্তি টাটা মোবাইলখন কাফিতলীৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে বন বিভাগে। ট্ৰাকখনৰ নং AS01S-7598 আৰু টাটা মোবাইলখনৰ নং AS02BC-3546.

Your Comments