ৰাজস্থানত ৰেলৰ আগত জঁপিয়াই একেলগে আত্মহত্যা ৪ নিবনুৱা বন্ধুৰ

s

সংস্থাপনহীনতা এতিয়া ৰাজস্থানৰ নিবনুৱাসকলৰ বাবে এক ডাঙৰ সমস্যা ৷ ৰাজস্থানত এতিয়া নিৰ্বাচনী বতৰ৷ কিন্তু তাৰ আগতে আহিল এক হৃদয় বিদাৰক দুঃখবৰ৷ মঙলবাৰে সংঘটিৰ হ'ল এক মৰ্মান্তিক ঘটনা৷ ৰাজস্থান ৰআলৱাৰ জিলাৰ ৪ নিবনুৱা যুৱকে সংস্থাপনীতাৰ বোজা সহিব নোৱাৰি চলন্ত ৰে'লৰ আগত আত্মহত্যা কৰে৷ ইয়াৰে তিনিজনৰ ঘটনাস্থলীত মৃত্যু হয় আৰু এজনৰ চিকিৎসালয়ত মৃত্যু হয়৷ এই ঘটনা বিজেপি শাসিত ৰাজ্যখনত এক শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে ৷
 

Your Comments