অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিয়ে বৃহস্পতিবাৰে সন্ধিয়া ৰাজ্যত পাৰপত্ৰ প্ৰদানৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এই জোঁৰ সমদল উলিয়াই সমগ্ৰ ৰহা চহৰ চৰকাৰ বিৰোধী শ্লোগানেৰে মুখৰিত কৰি তোলে । কেন্দ্ৰীয় চৰকাৰ হাই হাই, আদি ধ্বনিৰে উত্তাল কৰে ৰাজপথ ।
- Log in to post comments
- 14 views