পৰিৱৰ্তনকামী চৰকাৰৰ দিনত পৰিৱৰ্তন নহ'ল ৰাজ্যৰ গ্ৰামাঞ্চল ৰেহ-ৰূপ 

a

চিকিৎসালয়ৰ অভাৱত জীয়াতু ভুগিবলগীয়া হৈছে গ্ৰাম্যাঞ্চলবাসী । পৰিৱৰ্তনৰ শ্লোগান আওৰাই ৰাজ্যত গঠন হ'ল গেৰুৱা দল বিজেপি চৰকাৰ । পিছে চৰকাৰৰ কায্যকালত ৩ বছৰ পাছতো নহ'ল কোনো পৰিৱৰ্তন । বৰঞ্চ-বৃদ্ধি হে পাবলৈ ধৰিছে সমস্যা । মহানগৰীৰ নিচেই সমীপৰ অসম-মেঘালয়ৰ সীমান্তৰ বৃহত্তৰ মাটাইখাৰ অঞ্চলৰ ।

a

২০১৬ চনত পুৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা কৰিছিল । শুভ উদ্ধোধন কৰিছিল অসম কৃষি বিভাগৰ সংসদীয় সচিব তথা ৫৪ নং পশ্চিম গুৱাহাটীৰ বিধানসভাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমন্ত তালুকদাৰে । ইফালে প্ৰতিশ্ৰুতি দিও আজিলৈকে অঞ্চলবাসী ৰাইজে সময় মতে ডাক্তৰ-নাৰ্চ নোপোৱাৰ বাবে সুদুৰ মিৰ্জা, আজাৰালৈ চিকিৎসাৰ বাবে ঢাপলি মেলিব লগা হৈছে ।

Your Comments