গৌৰীপুৰত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১

গৌৰীপুৰত পথ দুৰ্ঘটনাত গুৰুতৰ আহত ১

ধুবুৰীৰ পৰা আমিনুৰ আহমেদ

# নিচাসক্ত যুৱকৰ অতপালি ৷ 

# গৌৰীপুৰৰ পাণবাৰী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নিচাসক্ত যুৱক দুৰ্ঘটনাগ্ৰস্ত ৷ 

# কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পাণবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা ।

# দুৰ্ঘটনাগ্ৰস্ত যুৱকজনৰ হাতত প্লাষ্টিকৰ পিস্তল ৷

# আৰক্ষীকো নামানে যুৱকজনে ৷ 

# যুৱকজনৰ নাম ছানি মণ্ডল ৷

# নিচাসক্ত অৱস্থাৰে চলাই আহিছিল মটৰচাইকেল ৷

# দুৰ্ঘটনাত পতিত পালছাৰ বাইকখনৰ নম্বৰ এ এছ-১৭-৯২৮৫ ৷ 

# চিকিৎসালয়লৈও যাব নিবিচাৰে যুৱকজন ৷

# ৰাইজে বলপূৰ্বক ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Your Comments