ধুবুৰীৰ পৰা আমিনুৰ আহমেদ
মানকাচৰ থানাৰ অন্তৰ্গত দিয়াৰা গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ মদ-বিয়েৰ জব্দ কৰাৰ লগতে দেশীয় সুৰা ১৫ লিটাৰ ধ্বংস কৰে । দীৰ্ঘ দিন ধৰি দিয়াৰা বজাৰত অবৈধভাৱে চলাই আহিছিল অবৈধ সুৰাৰ বেহা । আৰক্ষীৰ অভিযানত পলাই পত্ৰ দিছে বেপাৰী । নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান চলাব বুলি মানকাচৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে ।
- Log in to post comments
- 6 views