আজি ICUতে ৰখা হ’ব জুবিন গাৰ্গক

 A

 


নিউজ ডেস্ক:
যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ষ্টুডিঅ’ত কাম কৰি থকা অৱস্থাত হঠাতে অসুস্হ হৈ পৰে ৷ ততালিকে তেওঁক নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰা হয়। ডাঃ হিতেশ বৰুৱাই জনোৱা মতে , MRIত একো ধৰা পৰা নাই, আভ্যন্তৰীণ আঘাত নাই যদিও জিৰণিত থকাৰ পৰামৰ্শ  প্ৰদান কৰে ৷ প্রপাৰ মনিটৰিঙৰ বাবে ICUত ৰখা  হৈছে বুলিও চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

Your Comments

Related Articles