জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ অসুস্হ

 A

 

নিউজ ডেস্ক:

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ হঠাতে অসুস্হ হৈ পৰে ৷
জানিব পৰা মতে ষ্টুডিঅ’ত কাম কৰি থকা অৱস্থাতে হঠাৎ শাৰীৰিক অসুস্থতাত ভোগে কন্ঠশিল্পীগৰাকী ৷
উল্লেখ্য যে,নেমকেয়াৰ হাস্পতালৰ
জৰুকালীন কক্ষত চিকিৎসাধীন অৱস্থাত আছে কন্ঠশিল্পীগৰাকী ৷

Your Comments

Related Articles