কেন্দ্ৰীয় শাসিত পণ্ডিচেৰী ৰাজ্যত অসমৰ ছাত্ৰৰ কৃতিত্ব

 A


নিউজ ডেস্ক:

কেন্দ্ৰীয় শাসিত পণ্ডিচেৰী ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল এগৰাকী অসমীয়া ছাত্ৰৰ।
উল্লেখ্য যে, অসম সন্তান প্ৰথম গগৈয়ে এইবাৰ মেডিকেল প্ৰৱেশ-পৰীক্ষাত (NEET) মুঠ ৬৮২ নম্বৰ পাই (৭২০ৰ পৰা) কেন্দ্ৰীয় শাসিত পণ্ডিচেৰী ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। 
প্ৰথম গগৈয়ে ১১.৪৬ লাখৰ ভিতৰত All India Rank ত ১৩৬৬ নম্বৰ স্থান লাভ কৰিছে।

Your Comments

Related Articles