
নিউজ ডেস্ক:
পালি ভাষা-সাহিত্যৰ গৱেষক, সাহিত্যিক পেঞ্চনাৰ, আনন্দৰাম বৰুৱা বঁটা প্ৰাপক ড° ভদন্ত শাসনবংশ মহাথেৰৰ আজি মহাপ্ৰয়াণ হয়। চলাপথাৰ শ্যাম গাঁৱত জন্ম লাভ কৰা ভান্তে বাবাৰ আজি নিশা ১ বাজি ৭ মিনিটত পৰলোকপ্ৰাপ্তি হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ ৷
- Log in to post comments
- 6 views