অসম আৰক্ষীত কৰ্মৰত যুৱক কুকিল দত্তৰ অকাল বিয়োগ

 A

 

নিউজ ডেস্ক:
অসম আৰক্ষীত কৰ্মৰত যুৱক কুকিল দত্তৰ অকাল বিয়োগ ৷
অত্যন্ত চৌখিন আৰু জীৱনমুখী কুকিল অসম আৰক্ষীৰ বাবেও এক গৌৰৱ আছিল ৷ উল্লেখ্য যে,শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাত ১৫ আগষ্টৰ পেৰেডৰ অনুশীলনত আকস্মিকভাৱে মৃত্যুক সাবটি ল’ব লগা হয় কুকিলে ৷ 

Your Comments

Related Articles