
নিউজ ডেস্ক:
যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়ক তথা বিশিষ্ট বিজ্ঞানী ড° প্ৰণৱজ্যোতি চেতিয়াই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয় ৷@BigyaJyoti-বিজ্ঞাজ্যোতিৰ জৰিয়তে সমাজত বিজ্ঞান চৰ্চাক জনমুখী কৰাত ড° চেতিয়াই লোৱা ভূমিকা তথা তেখেতৰ অৱদান সদায়েই স্মৰণীয় হৈ ৰ’ব ৷ তেখেতৰ অকাল বিয়োগে অসমৰ সমাজ জীৱনলৈ অপূৰণীয় ক্ষতি কঢ়িয়াই আনিছে ৷
- Log in to post comments
- 11 views