
নিউজ ডেস্ক:
মহানগৰীৰ শিলপুখুৰীত দুৰ্ঘটনা৷পানী যোগান আঁচনিৰ বাবে নিৰ্মাণ কৰা নলাত সোমাল এখন ৱেগনাৰ ৷জানিব পৰামতে ৱেগনাৰ খন চলাইছিল এগৰাকী যুৱতীয়ে ৷ বহু সময় ধৰি আবদ্ধ হৈ থকা বাহনখন অৱশেষত আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় ৷অৱশ্যে দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই ৷
- Log in to post comments
- 5 views