তিনিচুকীয়া কাকপথাৰ সোণজানত ভয়ংকৰ পথ দুৰ্ঘটনা

 A


নিউজ ডেস্ক:
তিনিচুকীয়া কাকপথাৰ সোণজানত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অৰুণাচলী যাত্ৰীবাহী বাছ আৰু মালবাহী টাটা মেজিকৰ মুখামুখী সংঘৰ্ষত
 ১২ জন আহত হোৱাৰ লগতে ৫ জনৰ অৱস্হা সংকটজনক।
উল্লেখ্য যে,অৰুণাচল প্ৰদেশৰ-কাকপথাৰ অভমুখী আছিল  ARX 0434 নম্বৰৰ বাছখন। তীব্ৰবেগী যাত্ৰীবাহী বাছখনে  টাটা মেজিকখনক খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এখন দোকান মহতিয়াই এডাল গছত খুন্দা মাৰে।

Your Comments

Related Articles