
নিউজ ডেস্ক:
অসমৰ সাংস্কৃতিক জগতৰ বাবে এক দুখবৰ ৷বাণ থিয়েটাৰৰ সদস্য, অভিনেতা, পৰিচালক বিজয় শংকৰ শইকীয়াৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে ৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল বিজয় শংকৰ শইকীয়া।
মঞ্চ নাট, ধাৰাবাহিক, বোলছবি, দূৰদৰ্শনত অভিনয় কৰাৰ লগতে শেহতীয়াকৈ ‘ডাঃ বেজবৰুৱা -২’তো অভিনয় কৰিছিল বিজয় শংকৰ শইকীয়াই।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৩৯ বছৰ ৷
- Log in to post comments
- 3 views