জোনাই ডেকাপাম শান্তিপুৰ নামঘৰৰ প্ৰসাদত বিষক্ৰিয়া

 A

 

নিউজ ডেস্ক:
নামঘৰৰ মাহ-প্ৰসাদ খাই অসুস্থ প্ৰায় ৭০ৰ অধিক লোক৷জোনাই ডেকাপাম শান্তিপুৰ নামঘৰৰ প্ৰসাদ খাই অসুস্থ হৈ পৰে লোকসকল ৷
উল্লেখ্য যে, প্রসাদ খোৱাৰ পিছতে জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ, বমিত আক্রান্ত হয় লোকসকল৷ আনহাতে সংকটজনক অৱস্থাত এজনক ধেমাজিলৈ প্রেৰণ কৰা হয়৷

Your Comments

Related Articles