ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ অধিবক্তা

 A


নিউজ ডেস্ক:

এইবাৰ ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হয় অধিবক্তা হুছেইন মহম্মদ ৰিজোৱান ৷ নগাঁও আদালত চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰে অধিবক্তাগৰাকীক।উল্লেখ্য যে, আদালতৰ চৌহদত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোটে ধৰে একাংশ অধিবক্তাই। উকীল সন্থাৰ পৰা বহিষ্কৃত অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানৰ পৰা জব্দ কৰিছে মাৰত্মক ড্ৰাগছ।

Your Comments

Related Articles