
নিউজ ডেস্ক:
ৰাজ্যত অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী চৰকাৰী বিষয়া ৷
ছমৰীয়া ৰাজহ চক্ৰৰ লাট মণ্ডল জিবেশ কুমাৰ দেৱশৰ্মাক ভূমি সংক্ৰান্তীয় কামৰ বাবে উৎকোচ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে ৷
- Log in to post comments
- 2 views