নিউজ ডেস্ক:
অৰুণোদয় আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত কৰা হ’ব ৭ লাখ লোকক ৷ কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ পিছতে সংবাদমেলযোগে এই কথা ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।উল্লেখ্য যে, নতুন হিতাধিকাৰীক অহা ছেপ্তেম্বৰৰ ১০ তাৰিখৰ পৰা ১২৫০ টকাকৈ দিয়া হ’ব।
- Log in to post comments
- 11 views