
নিউজ ডেস্ক:
৪ লাখ টকাৰ তলত বছৰি উপাৰ্জন কৰা লোকে NFSAৰ অধীনত পাব বিনামূলীয়া চাউল।
কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ পিছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি জনালে এই কথা।
উল্লেখ্য যে, এই আঁচনিত সংযোজিত হ'ব ৪০ লাখ নতুন মানুহ। চাউলৰ লগতে বিনামূলীয়া চিকিৎসাও পাব এই আঁচনিৰ অধীনত।
- Log in to post comments
- 7 views