‘দৰ্পণ’ প’ৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ সময়সীমা ৮ জুলাইলৈ বৃদ্ধি

 A


নিউজ ডেস্ক:

উচ্চতৰ মাধ্যমিকৰ ‘দৰ্পণ’ প’ৰ্টেল ব্যৱহাৰ কৰি নামভৰ্তি কৰাটো বাধ্যতামূলক।‘দৰ্পণ’ প’ৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ সময়সীমা ৮ জুলাইলৈ বৃদ্ধি কৰি দিয়া হৈছে ৷আবেদনৰ সময়সীমা ৪ জুলাই আৰু নামভৰ্তিৰ সময়সীমা ৮ জুলাইলৈকে বৃদ্ধি কৰা হৈছে।
উল্লেখ্য যে, বৰ্তমানলৈ ২,৪৫,৮০২ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।

Your Comments

Related Articles