
নিউজ ডেস্ক:
চাৰিওদিশে বান পৰিস্থিতিৰ মাজতে কলিয়াবৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা ৷
পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে দুই ভগ্নীৰ ৷
জানিব পৰা মতে ,নিহত দুই ভগ্নী কলিয়াবৰৰ লণ্ডনবস্তী আদৰ্শগাঁৱৰ অমৃতা চুব্বা (১১) আৰু নিকীতা চুব্বা (৮)।নিশা ঘৰৰ ওচৰত থকা পুখুৰীৰ পৰা উদ্ধাৰ হয় দুই ভগ্নীৰ মৃতদেহ।
- Log in to post comments
- 1 view