মে’ মাহত ৰাজ্যত ৬৮৬টা পথ দুৰ্ঘটনা


নিউজ ডেস্ক:

চলিত বৰ্ষৰ মে’ মাহত ৰাজ্যত ৬৮৬ টা পথ দুৰ্ঘটনা সংঘটিত হয় ৷এই দুৰ্ঘটনাৰ ফলত  ৩০৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে  আহত হয় ৫৪৮ জন।
জানিব পৰা মতে নিহতৰ সংখ্যা সৰ্বাধিক কামৰূপ জিলাত।পথ দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠকত প্ৰকাশ পাইছে  এই তথ্য।

Your Comments

Related Articles