
নিউজ ডেস্ক:
আলফাত যোগদান কৰা বুলি ছ’চিয়েল মিডিয়াত ভুৱা ভিডিঅ’ আপলোড কৰি গ্ৰেপ্তাৰ হয় এজন যুৱক ৷ বইটামাৰীৰ মমেনচন্দ্ৰ নাথে আলফাত যোগদান কৰা বুলি ভিডিঅ’ আপলোড কৰিছিল যদিও পিছত ভিডিঅ’টো ভুৱা বুলি প্ৰমাণিত হয় ৷
জানিবপৰা মতে , বঙাইগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে মমেনচন্দ্ৰ নাথক।
- Log in to post comments
- 8 views