কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা

 A

নিউজ ডেস্ক:
কলিয়াবৰত পুৱতি নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা গোলাঘাটলৈ গৈ থকা 'ৰত্নগিৰি' নামৰ বাছখন  দুৰ্ঘটনাগ্ৰস্ত হয়। জানিব পৰা মতে বাছখনৰ ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে  ট্ৰাকখনৰ দুজন আৰু বাছখনৰ পাঁচৰ পৰা আঠজন মানুহৰ মৃত্যু হয়। 

 

Your Comments

Related Articles