
নিউজ ডেস্ক:
আজি মুক্তি দিয়া ন’হল ‘শ্রীৰঘুপতি’৷উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে প্রযোজক শৈলেন শৰ্মা ৷উল্লেখ্য যে,নিম্ন আদালতে ১৫ জুলাই সময়সীমা দিয়াৰ বাবে দ্বাৰস্থ হৈছে উচ্চ ন্যায়ালয়ৰ ৷জানিব পৰা মতে সোমবাৰে হ’ব গোচৰটোৰ পৰৱৰ্তী শুনানি ৷তাৰ পিছতহে সিদ্ধান্ত হ’ব কেতিয়া মুক্তি লাভ কৰিব ছবিখনে ৷
- Log in to post comments
- 4 views