অভিনেত্ৰী তথা সংস্কৃতিৰ সাধক আৰতী বৰুৱাৰ মহাপ্ৰয়াণ

 A

 

নিউজ ডেস্ক:

অভিনেত্ৰী তথা সংস্কৃতিৰ সাধক আৰতী বৰুৱাই 
 বৃহস্পতিবাৰে মহানগৰীৰ এখন চিকিৎসালয়ত দিনৰ ১১.০০ বজাত শেষ নিশ্বাস ত্যাগ কৰে । 'সন্ধ্যাৰাগ', 'অগ্নিস্নান'কে ধৰি বহুকেইখন ছবিত অভিনয় কৰা আৰতি বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৭ বছৰ ৷ 
উল্লেখ্য যে,যোৱা ১৮ এপ্ৰিলত ষ্ট্ৰ'কত আক্ৰান্ত হোৱাৰ পিছৰে পৰা মৃত্যুৰ সময়লৈকে জি এন আৰ চিত চিকিৎসাধীন হৈ আছিল অভিনেত্ৰীগৰাকী । ৪৩ দিন চিকিৎসাধীন হৈ থকাৰ পিছত আজি তেওঁ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ।

Your Comments

Related Articles