
নিউজ ডেস্ক:
মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা জিলা কংগ্রেছৰ প্ৰাক্তন সভানেত্রী জোনজোনালী বৰুৱাই আজি পুৱা ৬ বজাত ইহলীলা সম্বৰণ কৰে ৷
জানিব পৰা মতে,জটিল ৰোগত আক্ৰান্ত হৈ এমাহ ধৰি জি এম চি এইচত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়িকাগৰাকী ৷
- Log in to post comments
- 5 views