
নিউজ ডেস্ক:
দলঙৰ ওপৰত গাড়ী ৰখাই বগীবিলৰ পৰা জাপ দি আত্মহনন মেধাৱী ছাত্ৰৰ নিহত ছাত্ৰজনৰ নাম অনিকেত দত্ত গুপ্তা ৷
জানিব পৰা মতে, অৰুণাচলৰ NERISTৰ ছাত্ৰ অনিকেতে বুধবাৰে পৰীক্ষা হলৰ পৰা ওলাই অহাৰ পিছতে সন্ধানহীন হৈছিল ৷
- Log in to post comments
- 15 views