শিৱসাগৰৰ বকতা জাপিসজীয়াৰ পাৰ্থ প্ৰতিম মহনৰ হাতৰ কৰ্মই মুগ্ধ কৰিব আপোনাক

A

নিউজ ডেস্ক:

শিৱসাগৰৰ বকতা জাপিসজীয়া গাঁৱৰ পাৰ্থ প্ৰতিম মহনৰ হাতৰ কৰ্মই মুগ্ধ কৰিব আপোনাক। যুৱকজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে 'তাজমহল'।যুৱকজনে সাজি উলিওৱা তাজমহলটোৱে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।উল্লেখ্য যে,বকতাৰ উক্ত অঞ্চলটো বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণত পূর্বৰ পৰা এক সুকীয়া পৰিচয় আছে।

Your Comments