২৭ ফেব্ৰুৱাৰীত UPSC পৰীক্ষাৰ লগতে হ’ব APSCৰ মূল পৰীক্ষা

A


নিউজ ডেস্ক:
APSCৰ পৰীক্ষা পিছুৱাবলৈ কৰা অবেদন খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে ৷ একেটা দিনতে হোৱা বাবে APSCৰ পৰীক্ষা পিছুৱাবলৈ অবেদন কৰিছিল একাংশ প্ৰাৰ্থীয়ে।উল্লেখ্য যে ,২১, ২২, ২৩ আৰু ২৭ ফেব্ৰুৱাৰীত হ’ব APSCৰ মূল পৰীক্ষা।একে সময়তে অনুষ্ঠিত হ’ব UPSC আৰু ভাৰতীয় বন সেৱাৰ পৰীক্ষা।গুৰুত্বপূৰ্ণ কথা এই যে ,তিনিওটা পৰীক্ষা একেটা দিনতে অনুষ্ঠিত হোৱা বাবে এতিয়া একংশ শিক্ষাৰ্থীৰ বাবে সমস্যাৰ সৃষ্টি হৈছে।

Your Comments