লংকাত উদ্ধাৰ কাছ

A

নিউজ ডেস্ক:


লংকাৰ মঠুৰাবিলত উদ্ধাৰ কাছ।। লংকাৰ জুঠাংবস্তিৰ নিবাসী মন্নাছ আলীয়ে দুপৰীয়াৰ ভাগত গৈছিল ঘৰৰ সমীপতেই থকা মঠুৰাবিলখনৰ  পাৰত ঘাঁহ কাটিবলৈ। ঘাঁহ কাটি থকা অৱস্হাত হঠাৎ মন্নাছ আলীয়ে প্ৰত্যক্ষ কৰে এটা কাছ। পিছত স্হানীয় সংবাদসেৱীৰ সহযোগত বনবিভাগৰ লোকক খৱৰ দিয়াত বন বিভাগৰ লোকে কাছটো উদ্ধাৰ কৰি লংকাৰ সমীপতে থকা লামডিং বনাঞ্চলত এৰি দিয়ে।।

Your Comments