গুৱাহাটীত ভুৱা চকু চিকিৎসকক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

মহানগৰীৰ লখৰাত ভুৱা ডিগ্ৰীধাৰী চকুৰ চিকিৎসকক  গ্ৰেপ্তাৰ ৷ডাঃ অমল শৰ্মা নামৰ ভুৱা চিকিৎসক গৰাকীক শনিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।ভুৱা চিকিৎসা ডিগ্ৰীৰে দীৰ্ঘদিনে চলাই আহিছিল চকু চিকিৎসা।

শনিবাৰে ড° অভিজিত নেওগৰ নেতৃত্বত গড়চুক আৰক্ষীৰ অভিযানত ধৰা পৰে ভুৱা চিকিৎসক গৰাকী ৷

Rio Digital Lenses pvt ltd. নামৰ প্ৰতিষ্ঠানখনত চলিছিল এই ভুৱা চিকিৎকৰ চিকিৎসা।

Your Comments