ক্ৰমান্বয়ে উন্নত হৈ আহিছে কাজিৰঙাৰ বান পৰিস্থিতি

A


নিউজ ডেস্ক:
সাময়িকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও দুৰ্দশাই যেন লগ এৰা নাই জীৱকুলৰ ৷খাদ্যৰ বাবে যেনিয়ে তেনিয়ে ঢাপলি মেলিছে বন্যপ্ৰাণী সমূহ ৷৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই খাদ্যৰ সন্ধানত ওলাই অহা পৰিলক্ষিত হৈছে হাতী, গড় ,হৰিণাকে ধৰি বহুতো  বন্যপ্ৰাণী ৷
গুৰুত্বপূৰ্ণ কথা এই যে বন্যপ্ৰাণীসমূহক নিৰাপত্তা দিবৰ বাবে দিনে নিশাই সষ্টম হৈ আছে বন বিভাগ যাতে চোৰাং চিকাৰীয়ে কোনো কাৰণতে বন্যপ্ৰাণীসমূহক অনিষ্ট কৰিব নোৱাৰে ৷

Your Comments

Related Articles